PREADMISSION REGISTRATION
নামভৰ্তিৰ বাবে আগতীয়া পঞ্জীয়ন


If you are interested in taking admission in any course offered by our university, you may fill up this form at any time of the year. Just select the session and the course you are interested in. We will record your interest. When admission for the course selected by you opens, we will contact you through email, WhatsApp and SMS to inform you. That way you will never miss the admission notification and deadline. Please note that filling up this form is NOT admission; it is a pre-admission process. When admissions are notified to you, you will again have to fill up a separate online admission form and pay requisite fees to complete your admission to the course selected by you.

**************

[ আপুনি যদি আমাৰ বিশ্ববিদ্যালয়ৰ যিকোনো পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ আগ্ৰহী, তেনেহলে বছৰৰ যিকোনো সময়ত এই প্ৰ-পত্ৰখন ভৰ্তি কৰিব পাৰে। আপুনি শৈক্ষিক সময়-সীমা আৰু পাঠ্যক্ৰম নিৰ্বাচন কৰিলেই হ'ল। আমি আপোনাৰ নাম, নম্বৰ আদি সংৰক্ষণ কৰি ৰাখিম। যেতিয়াই আপুনি বিচৰা পাঠ্যক্ৰমৰ নামভৰ্তিৰ সময় উপস্থিত হ'ব তেতিয়াই আপোনাক E-mail, WhatsApp আৰু SMS যোগে বিশ্ববিদ্যালয়ৰ ফালৰ পৰা সেয়া জনোৱা হ’ব। ইয়াৰ ফলত আপুনি কেতিয়াও নামভৰ্তিৰ তথ্যপাতি বা সময়-সীমা সম্পৰ্কে অজ্ঞ হৈ নৰ'ব। অনুগ্ৰহ কৰি মনত ৰাখিব যে এই প্ৰ-পত্ৰখন ভৰ্তি কৰাটোৱে নামভৰ্তি নহয়; ই প্ৰাক্- নামভৰ্তি প্ৰক্ৰিয়া হে । যেতিয়া বিশ্ববিদ্যালয়ে নামভৰ্তিৰ সূচনা জাৰি কৰিব, তেতিয়া আপুনি আকৌ অনলাইন যোগে নামভৰ্তিৰ এক পৃথক প্ৰ-পত্ৰ ভৰ্তি কৰিব লাগিব। লগতে আপুনি যি পাঠ্যক্ৰমত নামভৰ্তি কৰিব খুজিছে, তাৰ বাবে প্ৰয়োজনীয় মাচুল জমা দিব লাগিব। ]

NAME
HOME DISTRICT
MOBILE
WHATS APP NO
EMAIL ID
INTERESTED IN
ADMISSION SESSION
Captcha CodeCAPTCHA   code